Nazrul Hauqe ,Faculty Azim Premji University talking about the structure, stream and function of Azim Premji University , its prospects amongst students and contribution of alumni towards Nation building আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ বিষয়ে অধ্যাপক নজৰুল হ'কৰ লগত কথোপকতন, বিশ্ববিদ্যালয়খনৰ কি আৰু কেনেকৈ শিক্ষা প্ৰদান কৰা হ'য় , কেনেধৰনৰ জীবিকা তেওলোকে পায় আৰু ইয়াৰ পৰা উত্তিৰ্ণ শিক্ষাৰ্থী সকলে দেশক তথা উত্তৰ পূৱ ভাৰতত অবদান দি আছে৷