In Conversation with creator of Art Village an unique institute in Nagaon Assam and in convesatation with its curator and creator artist sujit Das.
নগাঁওত গঢ়ি উঠা নতুন প্ৰতিস্থান "আৰ্ট ভিলেজ" ৰ স্ৰস্থা সুজিত দাসৰ সৈতে হোৱা কথোপকথন৷ আৰ্ট ভিলেজ (কলাৰ গাঁও)নো কি? ইয়াত কি আছে ,দৰকাৰনোক কিয়৷ ইয়ালৈ আহিলে কোন কেনেকৈ উপকৃত হৱ তাক জানিবলৈ এই পোডকাষ্ট শুনক আৰু আনকো শুনাওক৷
আৰ্ট ভিলেজ এনে এতি প্ৰতিস্থান যত শিশু চকলে প্ৰকৃতিৰ খোৰাক, ইতিহাস বিচৰা সকলে পাব অসমৰ কলা ঐতিহ্য আৰু লোক কলা, কলাৰসিক সকলে পাব চিত্ৰশিলপ, ভাস্কৰ্য্য, ধৰ্মীয় সকলে পাব গুৰুজনাৰ কৃতি , সাধাৰন মানুহে পাব শান্তি আৰু জ্ঞাণ৷