Listen

Description

Nazrul Haque ,faculty Azim Premji University talking about how the foundation approached the education infrastructure development dream in early times, how it is working on developing teacher's pride what it is doing in different part of India including North East. এই খণ্ডত নজৰুল হ'ক- অধ্যাপক আজীম প্ৰেমজী বিশ্ববিদ্যালয়ে কথা পাতিছে কেনেকৈ আজীম প্ৰেমজী প্ৰতিস্থানে শিক্ষক সবলীকৰণৰ পৰা কাম আৰম্ব কৰিছিল ,লগতে কৈছে কিধৰনেৰে প্ৰতিস্থান তোৱে ভাৰতৰ বিভিন্ন ৰাজ্যত কাম কৰি আছে ,উত্তৰপূৱ ভাৰত আৰু অসমত ইয়াৰ পৰিকল্পনা কি