Listen

Description

In this episode Artist Sujit Das talks about his journey as a keeper of a cycle stand to a cartoonist to a professional artist of todays stature and also 'Frogman' the fisrt Superhero of Nagaon Assam.
এই সংখ্যাত আৰ্ট ভিলেজ নঁগাওৰ প্ৰতিস্থাপক সুজিত দাসে তেওৰ সংঘৰ্ষ আৰু প্ৰত্যাহ্বানৰ কথা কয়, কেনেকৈ চাইকেল ষ্টেণ্ডৰ পৰা আহি তেও আজি প্ৰতিস্থা লাভ কৰিলে তাৰ কথা, লগতে কলে নগাওৰ প্ৰথম চুপাৰহিৰো ফ্ৰগমেনৰ কথা