Listen

Description

In conversation with Prearana Das ,art history Scholar about Museology , folk art , methods to attract new generation to Museums ,  and much more 
কলা ইতিহাসৰ শিকাৰু আৰু শিক্ষক প্ৰেৰণা দাসৰ সৈতে সংগ্ৰাহলয়বিদ্যা আৰু কলা ইতিহাসৰ সম্পৰ্ক, সংগ্ৰাহলয় বিলাকক জনপ্ৰিয় কৰিবলৈ নতুন  প্ৰযুক্তিৰ প্ৰয়োগ  , দিল্লীৰ চেন্ট্ৰেল ভিষ্টা অভিযান ত সঙোৰ খোৱা ৰাষ্ট্ৰীয় সংগ্ৰাহালয়ৰ ভৱিষ্যত  আদিৰ বিষয়ে কথোপকথন