Listen

Description

৬০ দশকত বিহু গীতৰ ৰেকৰ্ড লোকেশ্বৰ ডেকাই প্ৰথম কৰিছিল আৰু সফল হৈছিল । ৰেকৰ্ড নাম আছিল "বিহু আনন্দিয়া বিহু বিনন্দিয়া" - তেখেত HMV ৰেকৰ্ড বিক্ৰেতা আছিল । সেই বিহুৰ ৰেকৰ্ড ভূপেন হাজৰিকাই লন্ডনত বিক্ৰী কৰিছিল। এই সকলো কথা দুটা খন্দত প্ৰচাৰ কৰা হৈছে । এইয়া প্ৰথম খন্দ ।তেখেত মৰিগাঁৱৰ লোক ।