Listen

Description

অসমত ফাগুন চ'ত মাহত ধুলি বেছি হয় । বহাগৰ পৰাই গৰম আৰু বৰষুণ আৰম্ভ হয়।আৰু সেই সময়ত বসন্ত ৰোগৰ পাদুৰ্ভাব বেছি হয় । বসন্ত ৰোগ 'আই' ৰেই ৰুপ -এই পবিত্র বিশ্বাসৰে বসন্ত ৰোগৰ ভয়াবহতাক অসমীয়া সমাজত এক সুন্দৰ ৰুপ প্ৰদান কৰিছে ।তেতিয়া আইসবাহ পতা হয় ৰোগ উপসমৰ বাবেএই বিসয়ে ইয়াত সন্নিবিষ্ট কৰা হৈছে -–-–--–---–--------------------------------------- কিতাপৰ সহায় লৈ-