Listen

Description

আই সবাহৰ দৰে শীতলা সবাহ আমাৰ সমাজত পতা হয় আৰু শীতলানাম গোৱা হয় ।কেনেকৈ শীতলা সবাহ পতা হয় , এই বিষয়ে ইয়াত বৰ্ণনা কৰাৰ লগতে শীতৰাসবাহৰ নাম গোৱা হৈছে ।