Listen

Description

1পুজাৰ বিধি

আবশ্যকীয় দ্ৰব্য
ঘট এটা আমডালি ঘটত দিয়া ফল নাৰিকল বা কল ,ডালিম আপেল ,মিকোনো ,এটা । পঞ্চশস্য ধান ,মাহ, সৰিয়হ ,তিল যবধান ।💐ঘট স্থাপন কৰিবলৈ ৰঙা ফাকু, বগা আটা, হালধী গুৰী, তিল ,শিলিখা,চাউল, সেন্দুৰ, আসন আঙুঠী,ফুল,তুলসী, দূৰ্বা,বেলপাত, নৈবেদ্য, ৫ বা ৩ বিধ ফলৰ সৈতে ধুপ, দীপ( এটা তেল এটা ঘীউৰ) পুজাৰ উপাচাৰৰ বস্তু, ঘটৰ,কাপোৰ,(ৰঙা)পূজাৰী বৰন আসন আৰু নানান প্ৰকাৰৰ মিঠাই ইত্যাদি ।💐
সত্যনাৰায়ণৰ প্ৰসাদ ভোগৰ বাবে
পাঁচপোৱা ঘীউ ,পাঁচপোৱা আটা,পাঁচপোৱা চেনী,পাঁচপোৱা গাখীৰ, পাঁচগণ্ডা বা পঁচিশটা কল পাঁচপোৱা আটা,
যি কোনো শুভ দিনত এই পুজা কৰিব পাৰে । পূৰ্নিমা ,শুক্লপক্ষ সংক্ৰান্তীৰ দিনা সত্যনৰায়ণ পূজা পাতিব পাৰে ।
কিতাপৰ পৰা সংগ্ৰহ