Listen

Description

1সংগ্ৰামী ডিম্বেশ্বৰ শ‌ইকীয়া ।। জন্ম ১৯২০ চনত ।। এজন সক্ৰিয় সংগ্ৰামী ।। তেখেতৰ সংগ্ৰামী জীৱনৰ কথা জনাৰ বাবে কথাপাতিছিলো ।তেতিয়া ভিডিঅ কৰাৰ সুবিধা নথকাত কেছেটত কথা ৰেকৰ্ড কৰা হৈছিল ।
কলিয়াবৰৰ সংগ্ৰামী সকল অহিংসাৰ কথাত গুৰুত্ব দিছিল ।
স্বাধীনতাৰ ৭৫ বছৰত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ । জয় হিন্দ