Tulashi Charita path.(puthi) Part One.তুলসী দৰ্শণে পুণ্যং,স্পৰ্শনে পাপ নাশনং ছাঁয়ায়ং সৰ্ব্ব তীৰ্থানি তুলসী ত্বাং নমো নম: । হোম যঞ্জ পুজা তপ আছে যত মানে । এক পত্ৰ তুলসীৰ নুহিকে সমান ।। যিজনে তুলসী মূলে দীপক লগাই ।সকলো পুণ্যৰ ফল দীপ দানে পায় ।