Listen

Description

লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত। পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷

ক্ষিপ্ৰ তথ্য লক্ষ্মী দেৱী, অন্য নাম ...
ব্যুৎপত্তি
লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্‌ (সংস্কৃত: लक्ष् ) আৰু লক্ষ (সংস্কৃত: लक्ष ) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷ লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়। ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।💐💐💐💐💐💐💐💐💐💐💐
ঢাবঢক্ৰাইব কৰিব