নগাঁৱৰ কাছমাৰিৰ পলাসতল প্ৰাংগনত আজি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচিল প্ৰগ্ৰামৰ মই প্ৰগতি আচনিৰ কমিঊনিটি লেভেলৰ পয্যায়ৰ এখনি সভা অনুষ্ঠিত হয় ।
খাগৰিজান উন্নয়ন খণ্ডৰ অধিনৰ এই সভাত আজি কাছমাৰি আৰু শেনছো অঞ্চলৰ ভালে সংখ্যক মহিলাই অংশগ্ৰহণ কৰে।
কমিউনিতি লেভেল পয্যায়ৰ অৰ্থাৎ যোগা যোগ পয্যায়ৰ এই সভাত বিশেষকৈ মহিলা সকললক যোগান ধৰা' মই প্ৰগতি ' আচনিৰ অধীনত বিত্তীয় সহায্য প্ৰদানৰ বিষয়ে বিতংভাৱে বুজাই দিয়া হয় ।
এই সভাত খাগৰিজান উন্নয়ন খণ্ডৰ নগাঁও আৰু মৰিগাঁও জিলাৰ ফিল্ড মেনেজাৰ শ্ৰবন শৰ্মা ।
সাৰংগ তালুকডাৰ।
সীমামণি দাস গ্ৰীন বৰাৰ
লগতে জীবিকা সখী ভানু দেৱী আৰু মামনী দত্ত উপস্থিত থাকে । আজিৰ এই সভাত পঞ্চায়ত সভাপতি পংকজ বৰা উপস্থিত থাকে ।
লাইক আৰু চেয়াৰ চাবচক্ৰাইব কৰিব