Listen

Description

NorthEast People's Development Federation আৰু Tiwa Autononus Council ৰ সৌজন্যত যোৱা ৮ অক্টোবৰৰ পৰা অহা ২১ অক্টোবৰলৈ নগাঁওৰ ডছন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুস্থিত হৈ আছে ৰাজ্যিক হস্ততাত বস্ত্ৰমেলা ২০২৩-২৪ ৰ বিপণীত গৈ দেশৰ বিভিন্ন প্ৰান্তৰ হাতে বোৱা কাপোৰ আৰু হাতেৰে প্ৰস্তুত সামগ্ৰী বিক্ৰী কৰা উদ্যোগী সকলৰ লগত কথা পাতিছিলো ।
শুনো আহক
চাবচক্ৰাইব কৰিব
মূখ্য পৰিচালক
কিৰণ চন্দ্ৰ নাথ
নগাঁও অসম 98641 60507