৭৫ বছৰত ভৰি দিলে নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা খনে ।
অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ অন্যতম পুৰণি নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা ।
চলিত বৰ্ষৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা খন ২৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব ।
যোৱা শুক্ৰবাৰে এই কথা ঘোষনা কৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ।
বৰ্তমানলৈকে ১৫টা দলৰ অংশগ্ৰহন নিশ্চত কৰিছে
দলে । কলিকতাৰ ইষ্ট বেংগল ফুটবল ক্লাব ।চত্তিচগড়ৰ শ্বেৰ এফ চি, কেৰেলাৰ লুকা ছ''কাৰ ক্লাব ,
দিল্লী পুলিচ, চেন্নাই , আইটি এফচি, শ্বিলঙৰ পি এফ আৰ এফ চি একাডেমী , নৰ্থ ইষ্ট ইউনাইটেড এফ চি , কাছাৰৰ লেনৰুল ফুটবল ক্লাব , দুলীয়াযানৰ অইল ইণ্ডিয়া এফ চি কোকৰাঝাৰৰ গ্লবেল এফ চি ওডালগুৰি স্পৰ্টিং এফ চি ,
গুৱাহাটীৰ এ এছ ই বি স্পৰ্ট্ছ ক্লাব নগাঁও । নগাঁও প্ৰথম ডিভিজন লীগ চেম্পিয়ন দল আৰু নগাঁও ক্ৰীড়া সন্থা একাদশ আদি মুঠ ১৫টা দল ।
এই প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি পীয়ূষ হাজৰিকা মূখ্য অতিথি নন্দিতা গাৰ্লোছা অৰ্জন বটা বিজয়ী হিমা দাস বিশিষ্ট অতিথিৰুপে উপষ্ঠিত থাকিব ।
এই বাৰ কেইবাখনো খেল ধিং আৰু কামপুৰত অনুষ্ঠিত হ'ব ।
এই বিষয়ৰ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান
আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে
চেয়াৰ আৰু চাবচক্ৰাইব কৰিব ।