Listen

Description

আজি শিল্পী দিৱস জ্যোতিপ্ৰসাদ প্ৰসাদ আগৰৱালৰ মৃত্যু দিৱস । নগাঁও আৰু মৰিগাঁৱত অনুষ্ঠিত শিল্পী দিৱসৰ চমু প্ৰতিবেদন
এই অনুষ্ঠানত খুটিকটিয়াৰ প্ৰগতি সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা শিল্পী দিৱস কাৰ্যসূচীৰ চমু বিবৰণী,
কলিয়াবৰ চামধৰাৰত অনুষ্ঠিত শিল্পী দিৱস। লগতে ফোন লাইনত থাকিব কলিয়াবৰ ৰ সাংবাদিক
নৃপেন কেঁওট আৰু তৰুণ চন্দ্ৰ মুক্তিয়াৰ।
জুৰিয়াৰ পৰা প্ৰাঞ্জল শইকীয়াই আৰু মৰিগাঁৱৰ
সাংবাদিক অচ্যুত কুমাৰ নাথ মৰিগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত আজি অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ কাৰ্যসূচীৰ প্ৰতিবেদন আগবঢ়াব।
অনুষ্ঠানৰ বৰ্হিৰেকৰ্ডিং আৰু সম্পাদনা কৰিছে - কিৰণ চন্দ্ৰ নাথে।