Ep_525_অসম সাহিত্য সভাৰ বাৰপুজীয়াৰ বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি ।১ ফেব্ৰুৱাৰী। পুৱা ৮.৪৫ বজা ক_ অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন।
খ_ পতাকা বেদীৰ প্ৰথম চক্ৰত ১১খন পতাকা উত্তোলন।
গ-পতিকা বেদীৰ দ্বিতীয় চক্ৰত ১০৭খন পতাকা উত্তোলন।
পুৱা ৯.০০ বজাত স্মৃতি তৰ্পণ
পুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পণ।
পুৱা ১০.৩০ বজাত সাহিত্য সন্মিলন , স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ সন্মিলন।
বিয়লি ৩.০০ বজাত বৌদ্ধিক সন্মিলন।
সন্ধিয়া ৫.০০ বজাত প্ৰতিনিধি সভা।
সন্ধিয়া ৬.০০ বজাত সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান।