নগাঁৱত তিনিদিনীয়াকৈ আৰম্ভ হোৱা মাছ আৰু মুকুতা খেতিৰ প্ৰশিক্ষণ আজি সমাপ্ত হয় ।
অসমত মাছৰ লগতে মুকুতাৰ খেতি একেলগে কৰি কেনেকৈ লাভবান হ'ব পাৰে মীন পালক সকল ,এই বিষয়ে ১৩_১৫_ প্ৰশিক্ষণ প্ৰদান কৰে ।
১৩মাৰ্চৰ পৰা নগাঁৱৰ গ্ৰাম্য উন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আৰম্ভ হৈছিল, এই প্ৰশিক্ষণ প্ৰশিক্ষণত তিনিচুকীয়া হোজাই, মৰিগাঁও যোৰহাট নগাঁও আদি জিলাৰ মীন পালক সকলে প্ৰশিক্ষণ গ্ৰহণ কৰে।
শামুকৰ পৰা কি দৰে মুকুতা পাব পাৰি এই বিষয়ে শিক্ষা দিয়া হয় ।
আৰু শেষৰ দিনা অৰ্থাৎ আজি সকলোকে প্ৰমাণপত্ৰ দিয়া হয় ।
প্ৰশিক্ষণ প্ৰদান কৰে কলিকতাৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানৰ জেষ্ঠ বিজ্ঞানীয়ে