Please visit https://thebookvoice.com/podcasts/1/audiobook/836016 to listen full audiobooks.
Title: [Assamese] - Nil Prajapati
Author: অনুৰাধা শৰ্মা পূজাৰী
Narrator: শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Format: Unabridged Audiobook
Length: 5 hours 48 minutes
Release date: December 12, 2021
Genres: Literary Fiction
Publisher's Summary:
সুখৰ পখিলাটো অহৰহ খেদি ফুৰে মানুহে। পায় জানো সুখ? নীল প্ৰজাপতি পৱিত্ৰ, অস্পৰ্শা, গভীৰ অৰণ্যতহে বিচাৰি পোৱা যায় বুলি প্ৰবাদ আছে। তেনেহলে, মানুহৰ সুখৰ নীল প্ৰজাপতিটোও মানুহৰেই অন্তৰৰ একান্ত নিভৃততম কোণত লুকাই নাথাকে জানো? অথচ, বিশ্বায়নে সৰু কৰি অনা পৃথিৱীত মানুহ যেন ক্ৰমশঃ আঁতৰি গৈ আছে ইজনে সিজনৰ মনৰ পৃথিৱীখনৰ পৰা। মনৰ সম্পৰ্কবোৰত থকা সুখ, দুখ, বিশ্বাস, সংঘাত, মিলন আদি অনুভূতিবোৰ যেন জটিলতৰ হৈ গৈ আছে। ক'ত বিচাৰি চোৱা যায় সুখৰ নীল প্ৰজাপতি? আহক বিচাৰি চাওঁ অনুৰাধা শৰ্মা পূজাৰীৰ এই মনোমোহা উপন্যাসখনত।