Listen

Description

Please visit https://thebookvoice.com/podcasts/1/audiobook/835819 to listen full audiobooks.
Title: [Assamese] - Sa-Puhoror Khel
Author: মণিকা দেৱী
Narrator: শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Format: Unabridged Audiobook
Length: 0 hours 10 minutes
Release date: January 10, 2021
Genres: Literary Fiction
Publisher's Summary:
'ছাঁ-পোহৰৰ খেল' এটা প্ৰেমৰ গল্প। সুমন্তই সন্ধ্যাক ভালপায়। সুমন্তৰ মনত সন্ধ্যা অভিমানী। সন্ধ্যাৰ মনত সুমন্ত অন্যমনস্ক। প্ৰেম বিষণ্ণ। আৰু প্ৰেমত পৰাজনে বিষন্নতাকো সযত্নে মনৰ গহনত লালন কৰে। সন্ধ্যাৰ গালৰ তিলটো নে দুদিন পিছত ওলাবলগা তাইৰ পৰীক্ষাৰ ৰিজাল্ট- প্ৰেমিকৰ চিৰন্তন দোমোজাটোত ভৰি দিয়া সুমন্তই কি বাছি ল'ব? আৰু সন্ধ্যাই? আহক শুনোঁ মণিকা দেৱীৰ কলম নিগৰি ওলোৱা এটা প্ৰেমৰ মিঠা সমৰ্পনৰ গল্প।