Look for any podcast host, guest or anyone
Showing episodes and shows of

NEZINE

Shows

NEZINE\'s Podcast2026-01-2938 minNEZINE\'s Podcast
NEZINE's Podcastজুবিন গাৰ্গৰ সোঁৱৰণত গীত, কবিতা আৰু গদ্যৰে একাঁজলি শ্ৰদ্ধাপ্ৰবাদপ্ৰতিম শিল্পী জুবিন গাৰ্গৰ অসামান্য সৃষ্টিৰ সঁফুৰাৰ কিছু ৰেঙণি আগবঢ়াইছে   কটন মহাবিদ্যালয়ৰ ১৯৮৭-৮৯ বৰ্ষৰ এমুঠিমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু স্ক্ৰীপ্ত মেঘালী গগৈৰ। আঁত ধৰিছে ডঃ বিশ্বজ্যোতি দেৱ মহন্ত আৰু মেঘালী গগৈয়ে। অনুষ্ঠানটিত পৰিৱেশিত গীতসমূহ বাণীবদ্ধ কৰা হৈছে পাৰ্থ প্ৰতিম দাসৰ বামুণীমৈদানস্থিত ষ্টুডিঅ' ‘গান’ ত।অংশগ্ৰহণকাৰীসকল হৈছে—১)  বিশ্বজ্যোতি দেৱ মহন্ত: সহযোগী অধ্যাপক, বুৰঞ্জী বিভাগ। প্ৰাগজ্যোতিষ মহাবিদ্যালয়।২) মেঘালী গগৈ: কবি, জ্যেষ্ঠ সমবায় পৰিদৰ্শক, সমবায় বিভাগ।অসম চৰকাৰ।৩) পাৰ্থ প্ৰতিম দাস: গায়ক, সুৰকাৰ। স্বত্বাধিকাৰী, ইষ্টাৰ্ণ পাৱাৰ ইঞ্জিনিয়াৰিং।৪) অনামিকা ফুকন : যুৱবাণীৰ অনাতাঁৰ শিল্পী, আকাশবাণী গুৱাহাটী কেন্দ্ৰ।৫) অংশুমান বৰা: কবি, জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়।৬) দীপ্ত বৰ্মন: মৌজাদাৰ,লংকা।৭) ৰত্না ভঁৰালী তালুকদাৰ : সাংবাদিক,গল্পকাৰ, ঔপন্যাসিক, নিৱন্ধকাৰ।৮) দীপাংকৰ মল্লবৰুৱা: ঔপন্যাসিক, নিৱন্ধকাৰ,মুখ্য প্ৰৱন্ধক,কূপ সংলেখন( Well Logging) বিভাগ, ভাৰতীয় তেল নিগম, দুলীয়াজান।৯) কল্পনা দেৱী: সহ: শিক্ষয়িত্ৰী, মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।১০) ইচফাকুৰ ৰহমান: জ্যেষ্ঠ গণনা বিষয়া, প্ৰতিৰক্ষা লেখ নিয়ন্ত্ৰকৰ কাৰ্যালয়, গুৱাহাটী।১১) ডঃ মৃন্ময়ী বৰুৱা: সহকাৰী অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়।১২) জিতুমণি শালৈ: উপ মুখ্য প্ৰৱন্ধক। নুমলীগড় শোধনাগাৰ।সংগীত- জয়াদিত্য ফটো - ভাস্কৰ দেৱ কোঁৱৰ A tribute to Music Legend Zubeen Garg by a group of the 1987-89 batch of Cottonian. Concept and Script: Meghali Gogoi, Anchors: Dr Biswajyoti Dev Mahanta and Meghali Gogoi. The songs in this audio feature were recorded at Studio Gaan in Bamunimaidan, Guwahati, owned by singer and lyricist Partha Pratim Das. Music: Jayaditya Photo: Bhaskar Dev KonwarSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2025-11-1844 minNEZINE\'s Podcast
NEZINE's Podcastজুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলিজুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ গীতৰ শৰাই,  কিংবদন্তী শিল্পী গৰাকীৰ সাগৰসম বিশাল সৃষ্টিৰাজিৰ আলোচনাৰ মাজেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আগবঢ়াইছে কটন কলেজৰ ১৯৮৪-৮৬ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ গঠিত জোনাক কটনিয়ান গোটে। অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা আৰু স্ক্ৰিপ্ট জোনাকৰ সদস্য চিত্তৰঞ্জন ওজাৰ। জোনাকৰ হৈ অনুষ্ঠানটিৰ আঁত ধৰিছে ধ্ৰুৱজ্যোতি মহন্ত আৰু নৱনীতা বৰাই । ফটো- ভাস্কৰ দেৱ কোৱঁৰসংগীত- প্ৰভাত ৰাভা (বাঁহী), প্ৰসেনজিৎ বৰপূজাৰী (বেঞ্জো) A tribute to Music Legend Zubeen Garg by members of Jonak Cottonian Group comprising of 1984-86 batch of Cottonian. Concept and Script: Chittaranjan Ojah, Anchors: Dhrubajyoti Mahanta and Nabanita Bora. Photo: Bhaskar Dev KonwarMusic: Prabhat Rabha (Flute), Prosenjit Borpujari (Benjo) অনুষ্ঠানটিত অংশগ্ৰহণ কৰা জোনাকৰ সদস্যসকল : চিত্তৰঞ্জন ওজা: গল্পকাৰ, নিবন্ধকাৰনৱনীতা বৰা: অতিৰিক্ত মাণ্ডলিক প্ৰৱন্ধক, ভাৰতীয় জীৱন বীমা নিগম, গুৱাহাটী মাণ্ডলিক কাৰ্যালয় ধ্ৰুৱজ্যোতি মহন্ত: স্থপতিবিদ, কবিৰূপম মহন্ত: মুখ্য মহাপ্ৰবন্ধক, তেল আৰু প্ৰাকৃতিক গেছ নিগম, মুম্বাই, কণ্ঠশিল্পীনিলয় দাস: কণ্ঠশিল্পী, কাৰিকৰী উপদেষ্টা, নুমলীগড় শোধানাগাৰসৌমাৰ ৰাজখোৱা: সহযোগী অধ্যাপক, পদাৰ্থবিজ্ঞান বিভাগ, প্ৰাগজ্যতিষ মহাবিদ্যালয়উৎপল বৰপূজাৰী: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ সমালোচক উৎপল মেধি: অভিযন্তা, বয়লাৰ সমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়, গুৱাহাটী ড° পৰী হিলৈদাৰী: সাহিত্য অকাডেমি বঁটা বিজয়ী অনুবাদক, লেখক, সমালোচকড° সঙ্গীতা কাকতি: বিশিষ্ট কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালকডা° কবিন টুমুঙ: উপ চিকিৎসা অধীক্ষক, ই এছ আই এছ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বেলতলাজয়ন্ত মান্তা: সহযোগী অধ্যাপক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কবিদীপাঞ্জলি গগৈ: মুৰব্বী, কেমিকেল ইঞ্জিনিয়াৰিঙ, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, চান্দমাৰী , কণ্ঠশিল্পীড° শ্বাশ্বতী চৌধুৰী: সমাজবিজ্ঞানী , গুৱাহাটী ত্ৰিদিব কলিতা: দিল্লী নিবাসী উদ্যোগী অভিযন্তা, এম্ ডি এফ্ এস্ ফৰ্মৱৰ্ক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালক, কবিঅনিল শইকীয়া: কণ্ঠশিল্পী, জ্যেষ্ঠ  পশু চিকিৎসক, গুৱাহাটীপ্ৰভাত ৰাভা: অধীক্ষক অভিযন্তা, শিৱসাগৰ, জলসম্পদ বিভাগ, অসমপ্ৰসেনজিৎ বৰপূজাৰী: উপ মহাপ্ৰবন্ধক, ই আই এল, যোধপুৰ সুশান্ত তালুকদাৰ: সম্পাদক, নিজাইন Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2025-09-251h 20NEZINE\'s Podcast
NEZINE's Podcastঅসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰঅসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ । নিজাইন পডকাষ্টৰ এই খণ্ডটিত শুনক  মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা Plain Facts...তথ্যৰে যুক্তি শীৰ্ষক বক্তৃতালানিৰ বিশিষ্ট বুদ্ধিজীৱি আৰু সমাজ বিজ্ঞানী প্ৰফেছাৰ উদয়ন মিশ্ৰই ১৪ ছেপ্টেম্বৰ, ২০২৫ত আগবঢ়োৱা বক্তৃতা । বক্তৃতাৰ বিষয়- জাতীয়তাবাদ, ইয়াৰ সমস্যা আৰু সীমাবদ্ধতা : অসমৰ প্ৰেক্ষাপটত । বক্তৃতালানিৰ আঁত ধৰোতা - বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী । NEZINE podcast: Sixth of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent intellectual and social scientist Professor Udayon Misra on the topic: Nationalism and its Faultlines: The Assamese Experience. "Assamese nationalism has always been confined to the Brahmaputra valley," says Prof. Misra in his lecture delivered in Assamese[22.18-22.23].Lecture series moderated by Arindam BarkataktiMusic: Priyanuj ParasarSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2025-09-1733 minNEZINE\'s Podcast2025-09-1316 minNEZINE\'s Podcast2025-09-1316 minNEZINE\'s Podcast2025-09-1321 minNEZINE\'s Podcast2025-09-1328 minNEZINE\'s Podcast2025-09-1318 minNEZINE\'s Podcast2025-09-0513 minNEZINE\'s Podcast2025-09-0114 minNEZINE\'s Podcast2025-08-2225 minNEZINE\'s Podcast2025-08-1515 minNEZINE\'s Podcast2025-08-0725 minNEZINE\'s Podcast2025-07-2454 minNEZINE\'s Podcast2025-04-2742 minNEZINE\'s Podcast
NEZINE's Podcastঅসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱাঅসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক  জয়দীপ বৰুৱানিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ  দ্বিতীয় বক্তৃতা l  বিষয় – ‘বিগত তিনি দশকৰ অসমৰ অৰ্থনীতি তথা সৰ্বসাধাৰণৰ জীৱিকা আৰু জীৱন’ বক্তা: বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়দীপ বৰুৱাভাষণ প্ৰসংগত তেখেতে কয় যে অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই বক্তৃতালানিৰ আঁত ধৰোঁতা- বিশিষ্ট সাহিত্য সমালোচক  অৰিন্দম বৰকটকী ফটো সৌজন্য -অৰিন্দম বৰকটকীNEZINE podcast: Second of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent economist  and social scientist Prof Joydeep Baruah on the topic: 'Last three decades of Assam economy and life and livelihood of common people'. Dr Baruah is currently Professor and Director, Surya Kumar Bhuyan School of Social Sciences, Krishna Kanta Handiqui State Open University. "Official macro economic  data on economy of Assam has not reflected the economic problems and crises of common people in the state," says Prof Baruah in his lecture delivered in Assamese. Lecture series is moderated by Eminent literary critic Arindam BorkataktiMusic: Priyanuj Parasar Photo courtesy Arindam BorkataktiSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2025-02-2450 minNEZINE\'s Podcast
NEZINE's Podcast"অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"- বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়ানিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ  প্ৰথম বক্তৃতা l  বিষয় - 'স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাস' বক্তা: বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়াবক্তৃতালানিৰ আঁত ধৰোঁতা- অৰিন্দম বৰকটকী ভাষণ প্ৰসংগত তেখেতে কয়: "অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"  NEZINE podcast: First of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent Historian Rajen Saikia on the topic: "Assam's post Independent political history." "Assam Movement failed to produce a leader whom we can eulogize" says the eminent Historian in his lecture delivered in Assamese. Lecture series moderated by Arindam BarkataktiMusic: Priyanuj ParasarPhoto credit : Ratna Bharali Talukdar Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2025-01-131h 37NEZINE\'s Podcast2024-01-1715 minNEZINE\'s Podcast2023-12-1910 minNEZINE\'s Podcast2023-11-0913 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ:  ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ  সংগীত - প্রিয়ানুজ পৰাশৰউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ-এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো  উত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।Literature and society in Northeast: Novelist and short story writer Juri Borah Borgohain on her literary journey. Music: Prianuj Parashar. This podcast is an episode of a series on Literature and society in northeast. In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region.Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-10-2306 minNEZINE\'s Podcast2023-09-1410 minNEZINE\'s Podcast2023-08-2206 minNEZINE\'s Podcast2023-08-1726 minNEZINE\'s Podcast2023-07-2205 minNEZINE\'s Podcast
NEZINE's Podcastঅনুপমা বৰগোহাঁইৰ ‘শ্যামকানু দূৰৈ হৈ নাযাবা’ শীৰ্ষক উপন্যাসখনিৰ বিষয়ে বিদিশা দত্তই কৰা এটি আলোচনাউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক উপন্যাসিক, গল্পকাৰ অনুপমা বৰগোহাঁইৰ ‘শ্যামকানু দূৰৈ হৈ নাযাবা’ শীৰ্ষক উপন্যাসখনিৰ বিষয়ে এগৰাকী শিশু সাহিত্যিক বিদিশা দত্তই কৰা এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰ Literature and Society in Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to children’s author Bidisha Dutta’s review of the Assamese novel Shyamkanu Duroi Hoi Najaba by novelist and short story writer Anupama Borgohain.  Music by Priyanuj Parashar   Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-07-1404 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাতউত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো উ্ৰত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে  অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত । সংগীত-প্রিয়ানুজ পৰাশৰ Creative works from Northeast: Cartoonist Nituparna Rajbongshi sheds light on works of Assam’s first political cartoonist Pulak GogoiCreative works from Northeast: In this special podcast series, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, Cartoonist Nituparna Rajbongshi sheds light on works of Assam’s first political cartoonist Pulak Gogoi. Music by Priyanuj Parashar Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-05-2213 minNEZINE\'s Podcast
NEZINE's Podcastজনপ্ৰিয় শিশু গ্ৰন্থৰ অসমীয়ালৈ অনুবাদ: নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু মৌচাকৰ উদ্যোগত আয়োজিত অনুবাদ কৰ্মশালাৰ বিষয়ে লেখক, অনুবাদক আশাদীপা শইকীয়াৰ আলোকপাতজনপ্ৰিয় শিশু গ্ৰন্থৰ অসমীয়ালৈ অনুবাদ: নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু মৌচাকৰ উদ্যোগত আয়োজিত অনুবাদ কৰ্মশালাৰ বিষয়ে লেখক, অনুবাদক আশাদীপা শইকীয়াৰ আলোকপাত উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু মৌচাকৰ উদ্যোগত আয়োজিত জনপ্ৰিয় শিশু গ্ৰন্থৰ অনুবাদ কৰ্মশালাৰ বিষয়ে লেখক, অনুবাদক আশাদীপা শইকীয়াৰ আলোকপাত । সংগীত- প্রিয়ানুজ পৰাশৰTranslation of children’s books: Writer, translator Ashadeepa Saikia shares her immersive experience of a translation workshop organised by National Book Trust and MouchaqCreative works from Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, young short story writer and translator Ashadeepa Saikia shares her immersive experience of a translation workshop organised by National Book Trust, India and children's magazine MouchaqMusic-Priyanuj ParasharSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-05-1310 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : জুৰি বৰা বৰগোহাঞিৰ উপন্যাস -লিড’লামৰ বিষয়ে অনুপমা বৰগোহাঁইয়ে কৰা এটি আলোচনাউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ উপন্যাস -লিড’লাম ( বনফুল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত)ৰ  বিষয়ে লেখক অনুপমা বৰগোহাঁইয়ে কৰা এটি আলোচনা । সংগীত - প্রিয়ানুজ পৰাশৰউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ-এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো  উত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।Literature and society in northeast: Writer Anupama Borgohain sheds light on the Assamese novel Ledolam by writer and novelist Juri Borah Borgohain and published by Banphool Prakashan This podcast is an episode of a series on Literature and society in northeast. In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region.  Music- Priyanuj Parashar Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-05-0409 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ বিষয়ে গোবিন কুমাৰ খাউণ্ডে কৰা আলোচনাউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ বিষয়ে গোবিন কুমাৰ খাউণ্ডে কৰা আলোচনা   নিজাইন আলোচনীৰ এইলানি বিশেষ পডকাষ্টত এইবাৰ শুনক মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ ( প্ৰকাশক- অসম বুক ট্ৰাষ্ট) বিষয়ে লেখক, সাংবাদিক গোবিন কুমাৰ খাউণ্ডে কৰা এটি আলোচনা । সংগীত - প্রিয়ানুজ পৰাশৰ Literature and Society in Northeast: In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to writer and journalist Gobin Kumar Khound’s review of the book Tejaswhi Pancharatna by writer Munmi Dutta Hazarika and published by Assam Book Trust. Music: Priyanuj Parashar Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-04-2815 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ বিষয়ে গোবিন কুমাৰ খাউণ্ডে কৰা আলোচনাউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ বিষয়ে গোবিন কুমাৰ খাউণ্ডে কৰা আলোচনা নিজাইন আলোচনীৰ এইলানি বিশেষ পডকাষ্টত এইবাৰ শুনক মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ ( প্ৰকাশক- অসম বুক ট্ৰাষ্ট) বিষয়ে লেখক, সাংবাদিক গোবিন কুমাৰ খাউণ্ডে কৰা এটি আলোচনা । সংগীত - প্রিয়ানুজ পৰাশৰ Literature and Society in Northeast: In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to writer and journalist Gobin Kumar Khound’s review of the book Tejaswhi Pancharatna by writer Munmi Dutta Hazarika and published by Assam Book Trust. Music: Prayanuj Parashar Download NEZINE App to keep listening to NEZINE's podcast
2023-04-2815 minNEZINE\'s Podcast
NEZINE's Podcastগুৱাহাটী মহানগৰীৰ এটি বিশেষ সামুহিক পুথিভঁৰালগুৱাহাটী মহানগৰীৰ এটি বিশেষ সামুহিক পুথিভঁৰাল নিজাইন পডকাষ্ট: নৰ্থ ইষ্ট এডুকেচনেল ট্ৰাষ্টৰ উদ্যোগত গঢ় লৈ উঠা এটি বিশেষ সামুহিক পুথিভঁৰালৰ বিষয়ে কিছু কথা । এই বিশেষ পুথিভঁৰালটিৰ বিষয়ে কৈছে  পুথিভঁৰালটিৰ সহ-প্রতিষ্ঠাপক আৰু গৱেষক পৰিস্মিতা গগৈয়ে । গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে থকা এই পুথিভঁৰালত বিশেষকৈ শিশুসকলৰ বাবে আনন্দময় পৰিৱেশত অধ্যয়নৰ সুযোগ সৃষ্ট কৰাৰ লগতে সামাজিক বিষয়বোৰৰ সন্দৰ্ভতো সজাগ কৰি তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হয়। সংগীত-প্রিয়ানুজ পৰাশৰ A special community library in  Guwahati NEZINE’s Podcast: A special podcast on the community library of North East Educational Trust (NEET) in Guwahati. NEET Community library Co-founder Parismita Gogoi has spoken about this initiative in this podcast. Apart from providing the space and ecosystem for joyful learning for children, this community library has also been making efforts to build awareness among them on social issues.  Music: Priyanuj ParasharSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-04-2014 minNEZINE\'s Podcast
NEZINE's Podcastকেইটিমান চিৰসেউজ গীতেৰে সজোৱা এখনি সংগীতালেখ্যকেইটিমান চিৰসেউজ গীতেৰে সজোৱা এখনি সংগীতালেখ্য । সংগীতালেখ্যৰ গীতকেইটি গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ে  অলপতে আয়োজন কৰা এখনি কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শিকোৱা হৈছিল। কৰ্মশালাখনিত  সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দিছিল ডঃ বৰ্ণালী বৰুৱা আৰু নীলোৎপল গায়নে। কৰ্মশালাৰ শেষত প্ৰশিক্ষদ্বয় আৰু  শিক্ষাৰ্থীসকলে নিজাইন আলোচনীৰ বাবে গীতকেইটি বাণীবদ্ধ কৰে। কৰ্মশালাত ৬০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল।  অনুষ্ঠানটিৰ আঁত ধৰিছে  বিদ্যালয়খনিৰ শিক্ষক, লেখক মণিকংকনা বৰবৰাই। A special podcast of a musical programme on few evergreen Assamese songs. Students of Brahmaputra Jayita Vidyalaya of Golaghat learnt these songs at a workshop recently organized by this leading educational institute. Dr. Bornalee Boruah and Nilotpal Gayan imparted the training to the students as resource persons of the workshop. About 60 students took part in the workshop. Author and a teacher of the school-Monikangkana Borbora has anchored the programme in which participating students and the two resource persons have rendered the songs for this special NEZINE podcast.  Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-04-1724 minNEZINE\'s Podcast2023-04-1311 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: বিদিশা দত্তৰ শিশু উপন্যাস- 'সোণপৰুৱাৰ দেশ'ৰ বিষয়ে দ্যা এড্‌জৰ সম্পাদক মানসী গোস্বামীয়ে কৰা এটি আলোচনাউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক তৰুণ লেখক বিদিশা দত্তৰ শিশু উপন্যাস- সোণপৰুৱাৰ দেশ  (সঞ্জীৱন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত)ৰ বিষয়ে দ্যা এড্‌জ অনলাইন আলোচনীৰ সম্পাদক মানসী গোস্বামীয়ে কৰা এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰLiterature and Society in Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to Editor of The Adze Maonshi Goswami’s review of the children’s novel Sonporuwar Desh by young writer Bidisha Dutta and published by Sanjiwan Prakashan. Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-04-0107 minNEZINE\'s Podcast
NEZINE's PodcastCreative works from Northeast: Poet Nupur Hazarika reviews eminent litterateur Temsula Ao’s poetry collection – Songs, Along the Way HomeCreative works from Northeast :In this special podcast series, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, poet Nupur Hazarika reviews eminent litterateur Temsula Ao’s poetry collection – Songs, Along the Way Home- published by Heritage Publishing House. Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterউত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে কবি নুপুৰ হাজৰিকাই যশস্বী সাহিত্যক টেমচুলা আওৰ কাব্য সংকলন- ‘চংচ, এলং দ্য ৱে হোম’ৰ বিষয়ে কৰা এটি আলোচনা ।সংগীত-প্রিয়ানুজ পৰাশৰSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-03-3108 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই নাটকক মানুহৰ কাষ চপাই নিয়াৰ প্ৰয়াসৰ বিষয়ে তৰুণ গল্পকাৰ, নাট্যকৰ্মী স্ৰোতস্বিনী তামুলীয়ে কৰা এটি আলোচনাউত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে  তৰুণ গল্পকাৰ, নাট্যকৰ্মী স্ৰোতস্বিনী তামুলীয়ে বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই ‘আণ্ডাৰ দ্য শাল ট্ৰি’ নাট্য উৎসৱৰ মাজেৰে নাটকক মানুহৰ কাষ চপাই নিয়াৰ প্ৰয়াসৰ বিষয়ে কৰা এটি আলোচনা সংগীত-প্রিয়ানুজ পৰাশৰCreative works from Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, young short story writer and theatre activist Srotaswinee Tamuly sheds light on the initiative of renowned theatre artiste and founder of Badungduppa Kalakendra-late Sukracharjya Rabha who took theatre closer to the people through a unique theatre concept-Under the Sal Tree. Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-03-2507 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ:লোপামুদ্ৰা ভট্টাচাৰ্যৰ উপন্যাস -জীৱন, ভ্ৰমণ আৰু অনুৰণন ৰ বিষয়ে লেখক লক্ষ্মী সন্দিকৈয়ে কৰা এটি পৰ্যালোচনাউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক লেখক লক্ষ্মী সন্দিকৈয়ে গল্পকাৰ, ঔপন্যাসিক লোপামুদ্ৰা ভট্টাচাৰ্যৰ ভ্ৰমণমূলক উপন্যাস -জীৱন, ভ্ৰমণ আৰু অনুৰণন  (আঁক-বাকৰ দ্বাৰা প্ৰকাশিত)ৰ বিষয়ে কৰা এটি পৰ্যালোচনা ।  সংগীত-প্রিয়ানুজ পৰাশৰLiterature and Society in Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to writer Lakshmi Handique’s review of the Assamese novel Jivan, Bhraman, Anuranan by short story writer and novelist Lopamudra Bhattacharya and published by Aank Baak Publication. Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-03-2408 minNEZINE\'s Podcast
NEZINE's Podcastজ্যাম্ফি মুঙৰ সাধু -এটি লেপচা সাধুকথাআজি বিশ্ব  সাধুকথা কোৱা দিৱস উপলক্ষে আপোনালোকলৈ  আগবঢ়াইছোঁ  এটি লেপচা সাধুকথা- জ্যাম্ফি মুঙৰ সাধু ।   সাধুকথাটি  সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰা ’ ল্যামচং টামচাঙৰদ্বাৰা সংগৃহীত, অনুদিত আৰু সম্পাদিত লেপচা ফকল’ৰ এণ্ড ফকটেল গ্ৰন্থখনিৰ  পৰা লোৱা হৈছে । সাধুকথাটিৰ অসমীয়া ৰূপান্তৰ-  নিভা ৰাণী ৰায়ৰ ।  সংগীত-প্রিয়ানুজ পৰাশৰListen to the Lepcha folk tale -The Story of Jyamphi Moong, a Yeti - in Assamese on the occasion of the World Storytelling Day. This folktale is taken from Lepcha Folklore and Folksongs, compiled, translated and edited by Lyangsong Tamsang, and published by Sahitya Akademi and translated into Assamese by Nibha Ranee Roy.  Illustration - Utpal Talukdar. Illustration - Utpal Talukdar Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-03-2009 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ডo যতীন মিপুনৰ দ্বাৰা সম্পাদিত কাতিবিহুৰ ৰূপৰেখাৰ বিষয়ে ডo ৰাজশ্ৰী হাজৰিকাই কৰা এটি পৰ্যালোচনাউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক লোকসংস্কৃতিৰ গৱেষক ডo ৰাজশ্ৰী হাজৰিকাই আন এগৰাকী লোকসংস্কৃতিৰ গৱেষক ডo যতীন মিপুনৰ দ্বাৰা সম্পাদিত কাতিবিহুৰ ৰূপৰেখা ( প্ৰকাশক -বিশাল প্ৰকাশন)ৰ   বিষয়ে কৰা এটি পৰ্যালোচনা। সংগীত-প্রিয়ানুজ পৰাশৰ Literature and Society in Northeast : In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode listen to folklorist Dr Rajashree Hazarika’s review of Katibihur Ruprekha, edited by folklorist Dr Jatin Mipun and published by Vishal Publications. Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-03-1812 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মল্লিকা হাজৰিকাৰ গল্প সংকলন একচল্লিশৰ বিষয়ে বিদিশা দত্তই কৰা এটি পৰ্যালোচনাউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক সোণপৰুৱাৰ দেশ-শীৰ্ষক গ্ৰন্থৰ স্ৰষ্টা বিদিশা দত্তই গল্পকাৰ  মল্লিকা হাজৰিকাৰ গল্প সংকলন একচল্লিশ (প্ৰকাশক – পূৰ্বায়ন )ৰ বিষয়ে কৰা এটি পৰ্যালোচনা। সংগীত - প্রিয়ানুজ পৰাশৰLiterature and Society in Northeast : In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode listen to writer and author of Sonporuwar Desh Bidisha Dutta’s review of Eksallish, a collection of Assamese short stories by Mallika Hazarika and published by Purbayan. Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better Support the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-03-1508 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ড০ ৰক্তিম ৰঞ্জন শইকীয়াৰ গ্ৰন্থ- প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাসৰ বিষয়ে মনস্বিনী মহন্তই কৰা এটি পৰ্যালোচনাLiterature and Society in Northeast : In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, young short story writer and author of the collection of Assamese short stories-Champawotir Na-kai Xojaa Gharkhon-Manaswinee Mahanta reviews Prak Oupanibesik Asomor Arthanoitik Itihas by Dr Raktim Ranjan Saikia and published by Assam Publishing Company Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterউত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক তৰুণ গল্পকাৰ, চম্পাৱতীৰ ন-কৈ সজা ঘৰখন-শীৰ্ষক গল্প সংকলনৰ স্ৰষ্টা মনস্বিনী মহন্তই ড০ ৰক্তিম ৰঞ্জন শইকীয়াৰ গ্ৰন্থ প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস          ( প্ৰকাশক -অসম পাবলিচিং কোম্পানী)ৰ বিষয়ে কৰা এটি পৰ্যালোচনা।সংগীত - প্রিয়ানুজ পৰাশৰSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-03-0713 minNEZINE\'s Podcast
NEZINE's Podcastউত্তৰ-পূবৰ সৃষ্টিশীল কৰ্ম- নন্দিতা দেৱীৰ উপন্যাস বঙল বহু দূৰৰ বিষয়ে গল্পকাৰ পাপৰি বৰ্মনে কৰা এটি পৰ্যালোচনাউত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে গল্পকাৰ পাপৰি বৰ্মনে নন্দিতা দেৱীৰ উপন্যাস বঙল বহু দূৰ (প্রকাশক-জ্যোতি প্ৰকাশন)ৰ বিষয়ে কৰা এটি পৰ্যালোচনা । সংগীত - প্রিয়ানুজ পৰাশৰCreative works from Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode Short story writer Papari Barman reviews Nandita Devi’s Assamese novel Bangal Bohu Dur published by Jyoti Prakashan.   Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-03-0607 minNEZINE\'s Podcast2023-02-2607 minNEZINE\'s Podcast2023-02-2508 minNEZINE\'s Podcast
NEZINE's PodcastCreative works from Northeast: Short story writer Mallika Hazarika on Nituparna Rajbongshi’s cartoon collection AadouCreative works from Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode short story writer Mallika Hazarika reviews Nituparna Rajbonsgshi’s Aadou-a collection of cartoons published by Banalata Publications.  Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterউত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে গল্পকাৰ মল্লিকা হাজৰিকাই কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন সংকলন- আদৌ ( প্ৰকাশক- বনলতা)ৰ  বিষয়ে কৰা এটি পৰ্যালোচনা ।সংগীত - প্রিয়ানুজ পৰাশৰSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-02-2204 minNEZINE\'s Podcast2023-02-2003 minNEZINE\'s Podcast
NEZINE's PodcastCreative Works from Northeast -Juri Borah Borgohain on Rajib Borah's novel JaljahCreative works from Northeast: In this special podcast series in English and Assamese, we bring you review, analysis and observation on creative works from India's Northeast. Novelist and short story writer Juri Borah Borgohain reviews Jaljah, an Assamese novel by Rajib Borah and published by Banalata in this maiden episode of this series.  উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ  উ্ত্তৰ-পূব ভাৰতৰ  সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই অনুষ্ঠানটিৰ আৰম্ভণি হৈছে ঔপন্যাসিক, গল্পকাৰ  জুৰি বৰা বৰগোহাঞিয়ে আন এগৰাকী কবি, ঔপন্যাসিক ৰাজীৱ বৰাৰ উপন্যাস ‘জলজাহ’ৰ বিষয়ে কৰা এটি পৰ্যালোচনাৰে। Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterSupport the showDownload NEZINE App to keep listening to NEZINE's podcast
2023-02-1609 minNEZINE\'s Podcast2022-04-2911 minNEZINE\'s Podcast2022-01-0429 minNEZINE\'s Podcast2021-10-0906 minNEZINE\'s Podcast2021-08-3006 minNEZINE\'s Podcast2021-08-2306 minNEZINE\'s Podcast2021-07-3108 minNEZINE\'s Podcast2021-06-2911 minNEZINE\'s Podcast2021-01-1920 minNL Hafta2020-07-2500 minNEZINE\'s Podcast2019-09-291h 03NEZINE\'s Podcast2019-09-2211 minNEZINE\'s Podcast2019-08-0315 minNEZINE\'s Podcast2019-07-1918 minNEZINE\'s Podcast2019-07-1311 minNEZINE\'s Podcast2019-07-0504 minNEZINE\'s Podcast2019-06-0505 minNEZINE\'s Podcast2019-05-3107 minNEZINE\'s Podcast2019-05-2735 minNEZINE\'s Podcast2019-05-2754 min